নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সন্দেহ হৈছে নেকিঃ ঘৰতেই কৰক ক’ভিড-১৯ৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ চীনৰ য়ুহান চহৰৰ পৰা বিশ্বৰ প্ৰায় ২০০ খন দেশলৈ বিয়পি পৰা মহামাৰী ক'ৰোনাত ত্ৰস্তমান এতিয়া সকলো লোক । ভাৰতবৰ্ষতো ক্ৰমাগত ভাৱে বৃদ্ধি পাই আহিছে ক'ৰোনাত আক্ৰান্তৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা । অৱশ্যে ইয়াৰ মাজতে কোনো…

সৰ্বশ্ৰেষ্ঠ মানৱৰ পৰাজয়ঃ সাগৰ তীৰত বিচৰণ লক্ষাধিক কাছৰ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ বিশ্বজুৰি ক'ৰোনাৰ ত্ৰাসত এতিয়াত স্তব্ধ হৈ পৰিছে সকলো দেশ । পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বুলি ভবা মানৱ জাতিয়ে আজি যেন হাৰ মানিছে প্ৰকৃতি ওচৰত । ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ বিশ্ব লকডাউন হৈ থকাৰ পৰতে প্ৰকৃতিৰ কেতবোৰ…

গুৱাহাটী-ডিব্ৰুগড়সহ ৰাজ্যৰ পাঁচ স্থানত নিৰ্মাণ হ’ব ৫ খনকৈ বিশেষ ক’ৰোনা চিকিৎসালয়

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ৰাজ্যত দুমাহত নিৰ্মাণ হ'ব পাঁচখনকৈ চিকিৎসালয় । ক'ভিড-১৯ ৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হ'ব লগা এই চিকিৎসালয়কেইখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে শুকুৰবাৰে নিবিদা মুকলি কৰিছে । - এই কথা অৱগত কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত…

দেশত আক্রান্তৰ সংখ্যা ৮৭৪ লৈ বৃদ্ধিঃ মৃতকৰ সংখ্যা ২১

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ মহামাৰী ক'ভিড-১৯ ৰ সংক্ৰমণে ভাৰতত এক ভয়াৱহ ভৱিষ্যাতৰ ইংগিত দিছে । শুকুৰবাৰে নতুনকৈ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত দুজন লোকৰ মৃত্যু হয় । ফলত শনিবাৰে পুৱা পৰ্যন্ত ভাৰতত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২১ জনলৈ…

বঙাইগাঁৱত Lockdown উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ গুলীচালনা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ লক ডাউন উলংকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী । বঙাইগাঁৱত লক ডাউন উলংঘাকাৰীক আৰক্ষীৰ গুলীচালনা । উল্লেখ্য যে পুৱা বঙাইগাঁৱত ভাওলাগুৰিৰ বডিবজাৰ খোলাত আৰক্ষীয়ে বাধা দিবলৈ যাওতেই আৰক্ষীক একাংশ লোকে শিলগুটি নিক্ষেপ কৰে । যাৰ…

শনিবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ হ’ব GMCH

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ভয়াৱহ ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । এই পৰ্যন্ত অসমত এজনো লোক ক'ৰোনাত আক্ৰান্ত হোৱা নাই যদিও ক'ৰোনাৰ সৈতে যুঁজ দিবলৈ সাজু হৈ আছে ৰাজ্য চৰকাৰ । যাৰ বাবে…

শনিবাৰৰ পৰা পুনৰ ৰাইজৰ মাজলৈ আহি আছে ‘ৰামায়ণ’

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ লক ডাউনৰ সময়ত দেশৰ জনসাধাৰণক কিছু আমোদ দিয়াৰ চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে । ৮০-৯০ দশকৰ অন্যতম জনপ্ৰিয় আধ্যাত্মিক ধাৰাবাহিক 'ৰামায়ণ' পুনৰবাৰ টেলিভিচনৰ পৰ্দাত দেখিবলৈ পাব দেশৰ জনসাধাৰণে । ৰামানন্দ সাগৰৰ 'ৰামায়ণ'…

চৰকাৰলৈ সাংসদ বদৰুদ্দিন আজমলৰ ১.৫ কোটি টকা

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বজৰুদ্দিন আজমলে । বিশেষকৈ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ বাবে…

বৰ্তমানলৈকে অসমত নাই এজনো ক’ৰোনা আক্ৰান্তঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ৰোনা ভাইৰাছ সম্পৰ্কে অসমত গঢ়ি তোলা ব্যৱস্থাৰ বিষয়ে এক সংবাদমেল সম্বোধন কৰে । বৰ্তমানলৈকে অসমত ৩০৮ টা নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰে শুকুৰবাৰে পুৱা সংগ্ৰহ কৰা ৩১ টা…

লকডাউনঃ গোপনে দুখন ট্ৰাকত ৰাজস্থানলৈ ৩০০ শ্ৰমিক

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি ২১ দিন পৰ্যন্ত ঘোষণা কৰা হৈছিল লকডাউন । আগন্তুক ১৪ এপ্ৰিল পৰ্যন্ত চলিব লগা এই লকডাউনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে বহুজন । এনে এক সময়তে প্ৰায় ৩০০ জনকৈ শ্ৰমিকে লোৱা…