নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

জুন মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল

নিয়মীয়া বাৰ্তা, ২৯ মেঃ জুন মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। তাৰ পাছতেই আৰম্ভ হ'ব নামভৰ্তি প্ৰক্ৰিয়া। দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান যা৪তে সোনকালে আৰম্ভ কৰিব পাৰো তাৰ বাবে চিন্তা-চৰ্চা অব্যাহত ৰখা হৈছে। এই মন্তব্য…

GMCHত অচিৰেই ২০০ বিছনাযুক্ত প্রথম ক’ভিড হাস্পতাল

নিয়মীয়া বাৰ্তা, ২৮ মেঃ বহিঃৰাজ্যৰ পৰা ৰে’ল, বাছেৰে অহা লোকে ৰাজ্যত ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি কৰাৰ সময়তে প্রথমবাৰৰ বাবে বিমানেৰে অহা এগৰাকী যাত্রী ক’ভিড–১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে৷ উল্লেখ্য যে যোৱা ২৫ মে’ৰ পৰা দেশজুৰি ঘৰুৱা বিমানৰ চলাচল…

১৫ জুনলৈ প্রয়োজন কঠোৰ কোৱাৰেণ্টাইনৰ

নিয়মীয়া বাৰ্তা, ২৮ মেঃ ভয়াৱহ ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি অহা ১৫ জুনলৈ কঠোৰ কোৱাৰেণ্টাইনৰ আৱশ্যকতাৰ কথা আজি স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ‘নিউজ লাইভ’ৰ প্রেক্ষাপট অনুষ্ঠানত…

২০ দিনৰ পাছত অসমত হ্রাস পাব ক’ৰোনা আক্রান্তঃ মন্ত্ৰী হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বার্তা, ২৭মেঃ দিল্লীৰ নিজামুদ্দিন মার্কাজৰ পাছত এতিয়া অসমৰ বাবে ক’ৰোনা সংক্রমণৰ হটস্পট ৰূপে পৰিগণিত হৈছে মহাৰাষ্ট্র৷ বিশেষকৈ মহাৰাষ্ট্রৰ কুলাবা নামৰ অঞ্চলটোৰ পৰাই এতিয়া ক’ৰোনা বিভীষিকা নামি আহিছে অসমৰ হোজাই জিলালৈ৷ উল্লেখ্য যে…

ভয়ংকৰ ! পুনৰ ৪৭ জনৰ দেহত ক’ভিড পজিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৫৯৫ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৬ মেঃ  ৰাজ্যত ভংয়কৰ ৰূপত বৃদ্ধি ঘটিছে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা । আজি পুৱা পুনৰ ৪৭ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ পৃথকীকৰণ কৰাৰ আগেয়েই তেওঁলোকৰ পৰা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰে…

১০ দিন অসমৰ পৰিৱেশ কঠিন হৈ থাকিবঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২৬ মেঃ ৰাজ্যত ক্রমাগতভাৱে বৃদ্ধি পোৱা ক’ভিড–১৯ আক্রান্তক লৈ স্বাস্থ্য বিভাগৰ তৎপৰতা অব্যাহত থকাৰ মাজতে বহিঃৰাজ্যৰ পৰা পুনৰ অসমলৈ আহিব ৮ হাজাৰ লোক৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তে ৰে’লযোগে আহিব লগা এই ৮ হাজাৰ…

ক’ৰোনা পজিটিভ কন্যাৰ সৈতে চিকিৎসালয়ত একেলগে থকাৰ পাছতো মাতৃ আক্ৰান্ত নহ’ল ক’ৰোনাত, কিয় ?

নিয়মীয়া বাৰ্তা, ২৫ মেঃ যিসময়ত সমগ্ৰ বিশ্ব ক’ৰোনাৰ আতংকৰ গ্ৰাসত, সেই সময়তে মুম্বাইত অপেন হাৰ্ট ছাৰ্জাৰী কৰি আহি পুনৰ ক’ৰোনাৰ দৰে মহামাৰীক সাহসেৰে জয় কৰিবলৈ সক্ষম হ’ল ১৩ বছৰীয়া চম্পা । মুম্বাইৰ এছআৰচিচি হাস্পতালত অপেন হাৰ্ট ছাৰ্জাৰী কৰিছিল…

মহামাৰী ক’ৰোনাক জয় কৰা এগৰাকী কণমানিঃ সুস্থ হৈ আজি ঘৰলৈ উভতিল ১৩ বছৰীয়া চম্পা

নিয়মীয়া বাৰ্তা, ২৫ মেঃ মহামাৰী ক’ৰোনাক জয় কৰা এগৰাকী কণমানি । নাম চম্পা বৰা । বয়স মাথো ১৩ বছৰ । আৰু আজি চিকিৎসালয়ৰ পৰা সুস্থ হৈ মাতৃৰ সৈতে ঘৰলৈ উভতিল চম্পা । যিসময়ত সমগ্ৰ বিশ্ব ক'ৰোনাৰ আতংকৰ গ্ৰাসত, সেই সময়তে মুম্বাইত অপেন হাৰ্ট ছাৰ্জাৰী…

১৫ দিনলৈ নিৰাপদ নহয় অসমঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৫ মেঃ ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ সংখ্যা দ্রুত বৃদ্ধিক লৈ উদ্বিগ্ণ হৈ পৰিছে ৰাজ্যবাসী৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ মাজৰ পৰাই নিতৌ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই স্বাভাৱিকতে চিন্তিত কৰি তুলিছে স্বাস্থ্য…

কেনে আছে ডেইজী ? ‘নিয়মীয়া বার্তা’ৰে হোৱা টেলিফোনিক বার্তালাপত ক’লে স্বাস্থ্যৰ পৰা কোৱাৰেণ্টাইন…

নিয়মীয়া বাৰ্তা, ২১ মেঃ মুম্বাইৰ হিন্দুজা হাস্পতালত কর্মৰত অৱস্থাতে গুৱাহাটীৰ চানমাৰিৰ ডেইজী শইকীয়া নামৰ যুৱতীগৰাকী মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত সঠিক চিকিৎসা লাভ নকৰা খবৰে জোকাৰি গৈছিল অসমবাসীকো৷ মুম্বাইৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত…