নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

ASSAM POLICE

অসম-নগালেণ্ড সীমান্তৰ খটখটিত দুইলক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দঃ সৰবৰাহকাৰী যুৱক আটক 

নিয়মীয়া বার্তা, ১৩ আগষ্টঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষীয়ে আজি এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন খবৰৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা…

আৰম্ভ হ’ল অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্রক্রিয়া; ৪ মাহ চলিব শাৰীৰিক–লিখিত পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ সুদীর্ঘ ৩ বছৰৰ প্রতীক্ষাৰ অন্তত অসম আৰক্ষীত আৰম্ভ হ’ল কনিষ্টবল পদৰ নিযুক্তি প্রক্রিয়া৷ তিনি বছৰ পূর্বেই অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে৷ তাৰ…

অসমৰ মাজেৰে সৰবৰাহ ৰেভ পার্টীত বহুল ব্যৱহূত নিচাযুক্ত টেবলেট ‘য়াবা’

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ কেইবাখনো ৰাষ্ট্রৰ আন্তঃৰাষ্ট্রীয় সীমাৰে সংযুক্ত হৈ থকাৰ বাবে অসমক অবৈধ ড্রাগ্ছ সৰবৰাহৰ সুৰক্ষিত পথ হিচাপে ব্যৱহাৰ কৰি আহিছে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ড্রাগ্ছ মাফিয়াই৷ বিশেষকৈ বাংলাদেশ আৰু আৰবীয় দেশসমূহৰ ৰেভ পার্টীসমূহত…

ক’ভিড বিজয়ী ৬৭গৰাকী অসম আৰক্ষীৰ প্লাজমা দান

নিয়মীয়া বাৰ্তা, ২ আগষ্ট:লকডাউনৰ সময়ৰে পৰা ক’ৰোনা যুঁজত বিশেষ ভূমিকা গ্রহণ কৰা অসম আৰক্ষীৰ অৱদানক প্রশংসা কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত অসম আৰক্ষীয়ে এই সময়ছোৱাত অতুলনীয় বৰঙণি…

অসম আৰক্ষীত ব্যাপক সালসলনি: জি পি সিঙক তদাৰকী দুর্নীতি নিবাৰকৰ অতিৰিক্ত দায়িত্ব

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ অসম আৰক্ষীত  ব্যাপক সালসলনি কৰা হৈছে৷ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াক বদলি কৰাৰ লগতে অর্পণ কৰা হৈছে অতিৰিক্ত দায়িত্ব৷ এই অনুসৰি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙক এছটিএফৰ অতিৰিক্ত দায়িত্বৰ পৰা…

কেন্দ্রীয় কাৰাগাৰত ক’ৰোনাৰ ভয়ংকৰ ৰূপ, ১২০জন পজিটিভ

নিয়মীয়া বাৰ্তা, ১৫ জুলাই: সুদীর্ঘ ছমাহ কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই আহিল ছাত্র মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতি মানস কোঁৱৰ৷ ‘নিয়া’ৰ গোচৰত কৃষক নেতা অখিল গগৈৰ সৈতে কাৰাবন্দী হোৱা ছাত্র নেতাগৰাকীয়ে কালিয়েই জামিন লাভ কৰিছিল যদিও…

বৰাকৰ কয়লাৰ মোহ এৰিব পৰা নাই বিতর্কিত আৰক্ষী বিষয়াই

নিয়মীয়া বার্তা, ১৩ জুলাইঃ  কয়লা ছিণ্ডিকেটৰ মায়া–মোহ এৰিব পৰা নাই ৰাজ্যখনৰ এজন বিতর্কিত আৰক্ষী বিষয়াই৷ ছিণ্ডিকেটৰ ঘাটিৰ পৰা বদলিৰ পাছতো তেওঁ কয়লাৰ বিয়াগোম কাৰবাৰৰ গুৰিব’ঠা ধৰি যাব বিচাৰিছে৷ ইয়াৰ বাবে নিশাটোৰ ভিতৰতে কাছাৰ জিলাত আৰক্ষী বাহিনীৰ…

অৰুণাচলত অসম ৰাইফলছৰ গুলীত নিহত ৬ এনএছচিএন(আই–এম)

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ অৰুণাচল প্রদেশৰ লংডিং জিলাৰ গিনু অঞ্চলত সংঘটিত এক ভয়াৱহ সংঘর্ষত নিহত হৈছে এন এছ চি এন (আই–এম)ৰ ছয়জনকৈ দুর্ধর্ষ কেডাৰ৷ অৰুণাচল আৰক্ষীৰ সহযোগত আছাম ৰাইফলছে শনিবাৰে পুৱতিনিশা চলোৱা অভিযানত নিহত হয় উগ্রবাদীকেইজন৷…

বোকাজানৰ ডীলাইত আৰক্ষীৰ অভিযান; জব্দ ৬৪কেজি গাঞ্জা 

নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ বোকাজানৰ ডিল্লাই আৰক্ষীৰ অভিযানত পুৰণা লাহৰিজনৰ ১৬ মাইলৰ পৰা ৬৪ কেজি গাঞ্জা জব্দ। আৰক্ষীয়ে আটক কৰে তিনি মহিলা সহ এজন পুৰুষক। ধৃত ব্যক্তি কেইজন  ক্ৰমে গীতা দেৱী, অনিতা ৰায়, মুনমি মাহত আৰু ৰবীন্দ্ৰ দাস। NL 07F 7761…

কার্ফিউৰ মাজতে নামনি সোৱণশিৰি প্রকল্পলৈ সৰবৰাহ বৃহৎ যন্ত্রাংশ–ট্রেন্সফর্মাৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই: মহামাৰীৰ সংকটৰ মাজতে ৰাইজৰ জীৱন বিপন্ন কৰি পূর্ণগতিত চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ৷ শেহতীয়া কেইটামান দিন ধৰি নিশাৰ ভাগত গোপনে গেৰুকামুখৰ প্রকল্পস্থলীলৈ সৰবৰাহ কৰা হৈছে বৃহৎ বৃহৎ যন্ত্রাংশৰ লগতে…