নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বাৰৰ বাবে পিতৃ হ’ল ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা

115

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ দ্বিতীয় বাৰৰ বাবে পিতৃ হ’ল ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা । সোমবাৰে পুৱা এটি পুত্ৰ সন্তানৰ পিতৃ হয় ৰাইনা। উল্লেখ্য যে সুৰেশ ৰাইনা আৰু পত্নী প্ৰিয়ংকাৰ ২০১৬ চনত কন্যা সন্তান গ্ৰেছিয়াৰ জন্ম হৈছিল।
হৰভজন সিঙে টুইট যোগে ৰাইনা আৰু তেওঁৰ পত্নীক শুভেচ্ছা জ্ঞাপন কৰি পৰিয়াললৈ নতুন সদস্য অহাৰ বাবে দুয়োকে অভিনন্দন জ্ঞাপন কৰে।

You might also like