নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় টি-২০ঃ টছত জয়ী হৈ নিউজিলেণ্ডৰ ফিল্ডিংৰ সিদ্ধান্ত

41

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ অপ্রতিৰোধ্য ভাৰতে নিউজিলেণ্ডৰ মাটিত প্রথমটো টি–২০ শৃংখলা জয়ৰ লক্ষ্যৰে আজি ঘৰুৱা দলটোৰ বিৰুদ্ধে তৃতীয় টি–২০ মেচত নামিব৷ হেমিল্টনৰ ছেডন পার্কত অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাৰতে ইতিহাস ৰচাৰ সুযোগ লাভ কৰিছে৷ কিয়নো এইপর্যন্ত ভাৰতে নিউজিলেণ্ডৰ মাটিত কোনো টি–২০ শৃংখলা লাভ কৰিবলৈ সক্ষম হোৱা নাই।
ইতিমধ্যেই টছত নিউজিলেণ্ড জয়ী হৈ ভাৰতক বেটিংৰ বাবে আমন্ত্ৰণ জনাইছে। ভাৰতীয় দলত কোনো ধৰণৰ সাল-সলনি হোৱা নাই।

You might also like