নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াক জয়ৰ বাবে ২৫৬ ৰাণৰ প্ৰয়োজন

38

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ আজিৰ পৰা আৰম্ভ হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখনীয়া শৃংখলাৰ প্ৰথম খন মেচ আজি মুম্বাইৰ ৱাংখাড়ে মেচত অনুষ্ঠিত হৈছে। মেচখনত অষ্ট্ৰেলিয়াই টছত জয়ী হৈ ভাৰতীয় ক্ৰিকেট দলটোক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰতে ৪৯.১ অভাৰত ২৫৫ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱাই। ভাৰতৰ হৈ সৰ্বাধিক শিখৰ ধাৱানে লৰ্বাধিক ৭৪ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ মিছেল ষ্টাৰ্কে ৩ টা উইকেট দখল কৰে।

You might also like