নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ! চিলিণ্ডাৰ বিস্ফোৰণ হৈ ১৩ জন আহত

74

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ আজি দুপৰীয়া ৰাজস্থানৰ জয়পুৰত সংঘটিত হয় এক ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা । এলপিজি চিলিণ্ডাৰ বিস্ফোৰণত ১৩ জনকৈ লোক আহত হয় ।

ইপিনে বাতৰি লিখা পৰলৈকে কোনো লোক নিহত হোৱাৰ খবৰ লাভ কৰা নাই যদিও আহতসকলৰ ভিতৰত ৯ জনৰ অৱস্থা অধিক গুৰুত্বৰ বুলি জানিব পৰা গৈছে ।

আনহাতে আহতসকলক জয়পুৰৰ চিটি হাস্পতালত বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

You might also like