নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

45

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিঙৰ প্ৰাণভিক্ষাৰ আবেদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে খাৰিজ কৰাৰ পাচত এই সিদ্ধান্তক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মুকেশ সিং । বুধবাৰে মুকেশ সিঙৰ সেই আবেদনো বাতিল কৰে উচ্চতম ন্যায়ালয়ে ।

You might also like