নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্ভয়া কাণ্ডৰ দোষীৰ ২২ জানুৱাৰীতেই ফাঁচী

51

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ ফাঁচীৰ পৰা ৰক্ষা নহল নিৰ্ভয়া কাণ্ডৰ দোষী বিনয় শৰ্মা আৰু মুকেশ সিং। ফাঁচীৰ পৰা বাচিবলৈ দুয়োজনে কিউৰেটিভ পিটিছন দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত। আজি ন্যায়ালয়ে খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। আজি ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে নিৰ্ভয়াৰ দুই অভিযুক্ত বিনয় শৰ্মা আৰু মুকেশ সিঙৰ কিউৰেটিভ পিটিছন খাৰিজ কৰে।
অহা ২২ জানুৱাৰীত নিৰ্ধাৰিত সময়মতে ৰাতিপুৱা ৭ বজাত চাৰিজন দোষীৰ ফাঁচী হ’ব।

You might also like