নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপিকা পাডুকন সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

186

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ জেএনইউ কাণ্ডৰ পাচতে জেএনইউত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন উপস্থিত হোৱাৰ পাচতে দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । ৰাজনৈতিক মহলত চৰ্চিত হৈ থকা দীপিকা সন্দৰ্ভত বৃহস্পতিবাৰে নিজৰ মন্তব্য প্ৰদান কৰে । ফিল্মষ্টাৰ সকলে নিজৰ ছবি মুক্তিৰ পূৰ্বে এনেধৰণৰ বিতৰ্কত ভাগ লয় লগতে নিজকে লাইমলাইটত অনাৰ বাবে কোনোধৰণৰ বিনিয়োগ নকৰাকৈ প্ৰযোজকৰ হৈ প্ৰচাৰ অব্যাহত ৰাখে বুলি উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

You might also like