নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মুত আজিৰে পৰা ২জি মবাইল সেৱা আৰম্ভ

103

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ জম্মু আৰু কাশ্মীৰত জৰুৰী সেৱা সমূহ যেনে হোটেল, শৈক্ষিক সংস্থান, যাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰনেট ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰা সিদ্ধান্ত লোৱা হৈছে। আনহাতে জম্মুত ২জি মবাইল সেৱা আৰম্ভ কৰা হব। জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপালৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

You might also like