নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছানী লিয়নীয়ে কিয় এনে দৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লগা হল!

74

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ জে এন ইউত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাক গৰিহণা দিছে অভিনেত্ৰী ছানী লিয়নীয়ে। বৃহস্পতিবাৰে অভিনেত্ৰী গৰাকীয়ে কয় যে হিংসাৰ দ্বাৰা কোনো কাৰ্যৰ সমাধান নহয়। লগতে অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰে যে মই হিংসাত বিশ্বাস নকৰো। মোৰ মতে হিংসাৰ অবিহনেও এক উত্তৰ থাকে। পীড়িত জনই কেৱল আহত নহয়, লগতে সেই পৰিবাৰটোও আহত হয়। মই সকলোকে অনুৰোধ জনাওঁ যে অনুগ্ৰহ কৰি হিংসা পৰিহাৰ কৰক আৰু ইয়াৰ সমাধানৰ সূত্ৰ বিচাৰি উলিয়াওক। এই দৰে অভনেত্ৰী গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

You might also like