নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ অৱসৰপ্ৰাপ্ত অভিযন্তা হত্যাত জড়িতৰ সন্দেহত এজনক আটক

47

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ মহানগৰীৰ দিছপুৰ আইন মহাবিদ্যালয় পথৰ ২০ নং বাসগৃহত মঙলবাৰে নিশা সংঘটিত হোৱা ডকাইতি আৰু পৰেশ চন্দ্ৰ বৰুৱা নামৰ অৱসৰ প্ৰাপ্ত অভিযন্তাগৰাকীক নৃশংস ভাৱে হত্যাত জড়িতৰ সন্দেহত আৰক্ষীয়ে আটক কৰে হিমাংশু বৰ্মন নামৰ এজন যুৱকক। পূৰ্বে বৰুৱাৰ ঘৰত গাড়ীচালক হিচাপে আছিল হিমাংশু। বৰ্তমান আৰক্ষীয়ে হিমাংশুক আটক কৰি জেৰা অব্যাহত ৰাখিছে