নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেলাঘৰ সাজিবলৈ লওঁতেই বিপদ; বিদ্যুৎস্পৃষ্ট হ’ল যুৱক

69

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভোগৰ উৎসৱ ভোগালীক লৈ যো–জা চলাই থকাৰ মাজতে শুকুৰবাৰে পুৱাই মহানগৰীৰ লালমাটিত সংঘটিত হ’ল এক অঘটন ।

  • মেজিৰ বাবে বাঁহ কাটিবলৈ যাওঁতেই বিদ্যুৎ স্পৃষ্ট হ’ল এজন যুৱক
  • যুৱকজনৰ নাম ছোহান আলী
  • কেঁচা বাঁহ হাই ভল্টেজ তাঁৰত লাগি সংঘটিত হয় এই ঘটনা
  • ঘটনাস্থলীত ১০৮ উপস্থিত হৈ যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় 
  • বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ছোহান
You might also like