নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আশাৰ বাৰ্তা

কুটিৰ শিল্পৰে স্বনিৰ্ভৰশীল ষাঠিকুছিৰ জয়চৰণ শীল

শৈলন বৰ্মন ভিন্ন সময়ত সংস্থাপন নাপাই বহু যুৱক–যুৱতীয়ে হীনমন্যতাত ভোগাৰ সময়তে নলবাৰী জিলাৰ গোৱৰাদলৰ নিকটৱর্তী ষাঠিকুছি (কুলবিল চুবা) গাঁৱৰ জয়চৰণ শীলে কুটিৰ শিল্পৰ জৰিয়তে দেখুওৱাইছে বিশেষ নিদর্শন৷ ১৪ বছৰ বয়সৰ পৰাই নিজৰ সুনিপুণ হাতৰ পৰশেৰে বাঁহ আৰু বেতেৰে ন–ন শিল্প সৃষ্টি কৰি যাবলৈ সক্ষম হোৱা জয়চৰণ শীলে শৈশৱত আর্থিক দৈন্যৰ সৈতে যুঁজিব লগা হোৱাৰ…
Read More...

ৰাভা হাছঙৰ দামৰাত কাশ্মীৰী বগৰীৰ খেতিৰে স্বাৱলম্বী শিক্ষিত যুৱক

বেনজিন বড়ো, দুধনৈ  ৰাভা হাছঙৰ দুধনৈ নৈৰ পাৰত কৃষি কর্মৰে সেউজ বিপ্লৱৰ সূচনা কৰি জীৱিকাৰ সপোন ৰচিছে দুধনৈ…

সংগ্ৰামৰ ধাৰাবাহক চাংসাৰিৰ তৰুণ অসম সেৱক সংঘ

অনুভৱ কুমাৰ 'তৰুণ অসম সেৱক সংঘ’ ৷ আজিৰ প্রেক্ষাপটত এই তৰুণ অসম সংঘটোৰ কর্মৰাজি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লোকৰ…

দৃষ্টিহীন হৈও সুৰৰ পানচৈত ডিব্রুগড়ৰ বাঁহীবাদক অশ্বিনী শইকীয়া

বিভাস দুৱৰা, ডিব্রুগড় হাজাৰ হাজাৰ শ্রোতাক স্বকীয় প্রতিভাৰে বাঁহীৰ সুৰৰে মন্ত্রমুগ্ধ কৰা এজন দৰদী তথা অখ্যাত…

গ্রাম্য অর্থনীতিলৈ নতুন আশা কঢ়িওৱা নগাবাটৰ সাপ্তাহিক বজাৰ

সঞ্জয় ৰবিদাস,বৰহোলা যোগান আৰু চাহিদা সৃষ্টিৰে সুস্থ–সবল অর্থনীতি বর্তাই ৰাখে একো একোখনবজাৰে৷ বৰহোলাৰ নগাবাট…