নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হুণ্ডাই অ’ৰা কাৰ মুকলি

55

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ভাৰতৰ প্রথম স্মার্ট ম’বিলিটিৰ সমাধান প্রদানকাৰী আৰু সর্ববৃহৎ ৰপ্তানিকাৰী হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে মঙলবাৰে চেন্নাইত ৩ নিযুত সংখ্যকখন মেড ইন ইণ্ডিয়া এক্সপ’ট কাৰ–হুণ্ডাই অ’ৰা (ৰপ্তানি নাম গ্রেণ্ড আই ১০) নির্মাণ কৰি উলিয়ায়৷ এই মাইলৰ খুঁটিত উপনীত হোৱাৰ পাছত প্রতিষ্ঠানটোৰ পৰিচালন সঞ্চালক আৰু চিই’ এছ এছ কিমে কয় যে ৩ নিযুত সংখ্যকখন মেড ইন ইণ্ডিয়া হুণ্ডাই অ’ৰা নির্মাণেৰে প্রতিষ্ঠানটোৱে আন্তঃৰাষ্ট্রীয় পর্যায়ত হুণ্ডাই ব্রেণ্ডৰ সফলতা প্রতিফলিত কৰিছে৷ প্রতিষ্ঠানটোৱে ১৯৯৯ত নেপাললৈ ২০খন ছেণ্ড্র’ যোগানেৰে ৰপ্তানি প্রক্রিয়া আৰম্ভ কৰিছিল৷

You might also like