নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰুৱা বিমানত উপলব্ধ হ’ব WIFI সেৱা

70

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ এতিয়াৰ পৰা ঘৰুৱা বিমান সেৱা উপলব্ধ হ’ব ৱাইফাই সেৱা । কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰাণলয়ে এই মৰ্মে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এই সিদ্ধান্তৰ পাচতে এতিয়া উৰণত অৱস্থাতো বিমানৰ ভিতৰত ৱাইফাই ব্যৱহাৰ কৰিব পাৰিব যাত্ৰীয়ে ।

You might also like