নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়কৰ জমা দিয়াৰ শেষ তাৰিখ ৩০জুনলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ৱপূৰ্ণ সিদ্ধান্ত

51

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ ক’ৰণা ভাইৰাছক লৈ লক ডাউন ঘোষণা প্ৰায় বন্ধ হৈ পৰিছে দেশ। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে কেতবোৰ সিদ্ধান্ত সমূহ—

  • আয়কৰ জমা দিয়াৰ শেষ তাৰিখ ৩০ জুনলৈ বৃদ্ধি
  • ৩ মাহলৈ বিনামূলীয়া ATM লেনদেনৰ মাচুল 
  • বেংক একাউণ্টৰ নূন্যতম ধনৰ মাচুল দিব নালাগে
  • মাৰ্চ, এপ্ৰিল মে’ মাহৰ GST ৰিটাৰ্ণৰ তাৰিখ ৩০জুনলৈ বৃদ্ধি
  • ৩০ জুনলৈ বৃদ্ধি GST কম্পোজিত ৰিটাৰ্ণৰ তাৰিখ
You might also like