নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায় মানৱতা; চিকিৎসা ব্যয় বহন নকৰাৰ বাবেই হাস্পতালৰ বিচনাত বান্ধি ৰখা হ’ল এগৰাকী বৃদ্ধক

নিয়মীয়া বাৰ্তা, ৭ জুনঃ মধ্য প্ৰদেশৰ ছাঞ্জাপুৰত পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা । য'ত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এগৰাকী বৃদ্ধ ৰোগীক বিচনাত বান্ধি থোৱা হয় । জানিব পৰা মতে, বৃদ্ধ ৰোগীগৰাকীৰ চিকিৎসাৰ বাবদ হোৱা খৰছৰ বাবে তেওঁৰ হাতত পৰ্যাপ্ত…

কোৱাৰেণ্টাইন চেণ্টাৰত অকলেই ১০ জনৰ খাদ্য খোৱা এজন যুৱকক লৈ বিপাঙত ৰান্ধনি; পিচে ক’ত ?

নিয়মীয়া বাৰ্তা, ২৮ মেঃ ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰতিখন ৰাজ্যই বহিঃৰাজ্যফেৰৎ লোকসকলক নিজ ৰাজ্যত কোৱাৰেণ্টাইন চেণ্টাৰত পৃথকে ৰখাৰ ব্যৱস্থা কৰিছে । য'ত তেওঁলোকৰ খোৱা খাদ্যৰ লগতে প্ৰয়োজনীয় সকলো বস্তুৰে যোগান চৰকাৰৰ ফালৰ পৰা ধৰা হৈছে ।…

ভয়ংকৰ ! পুনৰ ৪৭ জনৰ দেহত ক’ভিড পজিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৫৯৫ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৬ মেঃ  ৰাজ্যত ভংয়কৰ ৰূপত বৃদ্ধি ঘটিছে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা । আজি পুৱা পুনৰ ৪৭ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ পৃথকীকৰণ কৰাৰ আগেয়েই তেওঁলোকৰ পৰা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰে…

ক’ৰোনা পজিটিভ কন্যাৰ সৈতে চিকিৎসালয়ত একেলগে থকাৰ পাছতো মাতৃ আক্ৰান্ত নহ’ল ক’ৰোনাত, কিয় ?

নিয়মীয়া বাৰ্তা, ২৫ মেঃ যিসময়ত সমগ্ৰ বিশ্ব ক’ৰোনাৰ আতংকৰ গ্ৰাসত, সেই সময়তে মুম্বাইত অপেন হাৰ্ট ছাৰ্জাৰী কৰি আহি পুনৰ ক’ৰোনাৰ দৰে মহামাৰীক সাহসেৰে জয় কৰিবলৈ সক্ষম হ’ল ১৩ বছৰীয়া চম্পা । মুম্বাইৰ এছআৰচিচি হাস্পতালত অপেন হাৰ্ট ছাৰ্জাৰী কৰিছিল…

মূৰত কঠাল পৰি ভৰ্তি হ’ল হাস্পতালত, ৰিপ’ৰ্ট আহিল ক’ৰোনা পজিটিভ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ কেৰালাৰ কান্নোৰৰ কাচৰগোডত ক'ৰোনা সংক্ৰমণৰ এক আচৰিত ধৰণৰ ঘটনা পোহৰলৈ আহিছে । য'ত এজন লোকৰ মূৰত কঠাল পৰি যোৱাৰ বাবে আঘাতপ্ৰাপ্ত হয় । আৰু তেওঁক পাছত হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু হাস্পতালত তেওঁৰ বিভিন্ন পৰীক্ষা-…

সলনি হ’ব ভবিষ্যতৰ বিমান যাত্ৰাৰ নিয়ম; লাগিব অতিৰিক্ত চাৰি ঘণ্টা

  ক'ৰোনাৰ ভয়াৱহতাৰ পাছত পুনৰবাৰ যেতিয়া বিমানবন্দৰ আৰু সীমান্ত খোল খাব, তেতিয়া সকলোৱে নির্বিঘ্নে বিমানেৰে উৰিবলৈ সক্ষম হ'ব । বিমান উৰণৰ বাবে বহু প্ৰক্ৰিয়া পূৰ্বৰ পৰা আছে । কিন্তু সমগ্ৰ বিশ্বজুৰি ক'ৰোনাৰ ত্ৰাসৰ বাবে পূৰ্বৰ এইসমূহ প্ৰক্ৰিয়া বা…

সাৱধান ! এজন নাপিতৰ বাবে এটা অঞ্চলত সংক্ৰমণ ঘটিছে ক’ৰোনা !

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ সমগ্ৰ দেশত বৰ্তমান চলি আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন । এই লকডাউনৰ সময়ছোৱাত বহুতেই হয়তো দাড়ি, চুলি কটাৰ সমস্যাত পৰিছে । বহুতে ঘৰতে নাপিত মাতি আনি কাটিছে বাঢ়ি যোৱা দাড়ি, চুলি । কিন্তু সাৱধান ! এজন নাপিতৰ বাবেই এখন…

ক’ৰোনা পজিটিভ ৰোগীৰ ৰিপৰ্ট ৰাজহুৱা কৰিবলৈ এগৰাকী বিধায়কৰ ফেছবুক প’ষ্ট

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ যিসময়ত ৰাজ্য চৰকাৰে একত্ৰিত হৈ ক'ৰোনা মহামাৰীৰ সৈতে যুঁজ দিছে, তেনে এক দুৰ্যোগৰ সময়ত চৰকাৰক সহযোগ নকৰি ক’ৰোনাক লৈ ৰাজনীতিত নামি পৰিছে পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক এ কে ৰছিদ মণ্ডলৰ। কিছুদিন পূৰ্বে ধিং…

ছেনিটাইজ কৰা হ’ল মহানগৰীৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ শুকুৰবাৰে নিশা মহানগৰীৰ অভিজাত ফ্লেট স্পেনিছ গাৰ্ডেনৰ মনীষ তিব্ৰেৱাল নামৰ লোকজন ক'ৰোনাত আক্ৰান্ত হোৱাৰ পাছতে শনিবাৰে পুৱাৰ ভাগত প্ৰশাসনৰ ফালৰ পৰা ছেনিটাইজ কৰা হয় মহানগৰীৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট ।…

১৭ মাৰ্চৰ পৰা ‘হোম কোৱাৰেণ্টাইন’ত আছিল মহানগৰীৰ স্পেনিছ গাৰ্দেনৰ আক্ৰান্ত লোকজন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ যোৱা ২ দিন ধৰি অসমত ভাৰতৰ আন ৰাজ্যতকৈ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা । অসমত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা শনিবাৰৰ পুৱালৈকে ২৫ জনলৈ বৃদ্ধি পাইছে । শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…