নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো শিল্পীয়ে দিব লাগিব নেকি GST ! ক’ত কেনেকৈ কাৰ্যকৰী হ’ব এই GST

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ জিএছটি আয়োগৰ নিৰ্দেশনা অনুসৰি অসমৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানত এতিয়াৰে পৰা আয়োজক সমিতিয়ে শিল্পীসকলক চেকৰ জৰিয়তে প্ৰদান কৰিব লাগিব ধন । আয়োজকে চুক্তিবদ্ধ হোৱা ধনৰ লগতে ১৮ শতাংশ জি এছ টি দিব লাগিব শিল্পীগৰাকীক ।…

আফজলৰ পৰা নিৰ্ভয়া লৈ : প্ৰতিটো ফাঁচীত কিয় ব্যৱহাৰ হয় বক্সাৰ জেলত তৈয়াৰী ৰছী !

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক ২২ জানুৱাৰীৰ দিনা ফাঁচীকাঠত ওলমোৱাৰ নিৰ্দেশ দিয়াৰ পাচতেই এতিয়া ফাঁচীৰ ৰছী তৈয়াৰত ব্যস্ত হৈ পৰিছে বিহাৰৰ বক্সাৰ জেল । বক্সাৰ জেলত প্ৰস্তুত হোৱা এই বিশেষ ৰছীত প্ৰকৃততে কি থাকে অথবা ফাঁচীৰ…

নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে বিজেপিৰ ‘জনজাগৰণ’

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ওড়িশা বিজেপিয়ে গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী । মাহজোৰা বিশেষ কাৰ্যসূচীৰে ওড়িশা বিজেপিয়ে 'জনজাগৰণ' নামৰ এই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বৃহস্পতিবাৰৰ…

হৃদয় গলাব পাৰিব নে এই দৃশ্যই ! এফালে ভৱিষ্যত আনফালে ভিক্ষাৰ পাত্ৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ পহিলা জানুৱাৰী । ৰাজ্যৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে পহিলা জানুৱাৰীৰ আনন্দ উল্লাস আৰু উচাহত বুৰ গৈ থকাৰ সময়তে এইখন অসমত দেখা গৈছে এখন হৃদয়বিদাৰক ছবি । নিজৰ পঢ়াৰ খৰচৰ মোকলাবৰ বাবে হাতত ভিক্ষাৰ পাত্ৰ লৈ ৰাজপথত সমদল কৰি…

স্বাগতম ২০২০ : সংগীত শিল্পীসকলৰ পৰিকল্পনা কি ?

২০২০ ... নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০১৯ ক । মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২০ ত । নতুন দিনবোৰক লৈ সকলোৰে থাকে পৰিকল্পনা আৰু আশা । অতীতৰ ভেটিৰে ভৱিষ্যতক শক্তিশালী কৰাৰ মানসেৰে সকলোৰে থাকে সপোন । অসমীয়া…

স্বাগতম ২০২০ : এই প্ৰজন্মৰ লেখকসকলৰ পৰিকল্পনা কি ?

২০২০ ... নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০১৯ ক । মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২০ ত । নতুন দিনবোৰক লৈ সকলোৰে থাকে পৰিকল্পনা আৰু আশা । অতীতৰ ভেটিৰে ভৱিষ্যতক শক্তিশালী কৰাৰ মানসেৰে সকলোৰে থাকে সপোন । অসমীয়া…

স্বাগতম ২০২০ : অসমীয়া ছবি পৰিচালকসকলৰ পৰিকল্পনা কি ?

২০২০ ... নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০১৯ ক । মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২০ ত । নতুন দিনবোৰক লৈ সকলোৰে থাকে পৰিকল্পনা আৰু আশা । অতীতৰ ভেটিৰে ভৱিষ্যতক শক্তিশালী কৰাৰ মানসেৰে সকলোৰে থাকে সপোন । অসমীয়া ছবি…

স্বাগতম ২০২০ : কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ পৰিকল্পনা কি ?

আচলতে পৰিকল্পনা অনুযায়ী কাম নকৰোঁ। কিম্বা পৰিকল্পনা কৰিলেও সময়ত গৈ সেয়া কেতিয়াবা ফলৱতী নহয়। প্ৰায়ে কামবোৰ আকস্মিকভাৱে কৰিবলগীয়া হয়। এজন কাৰ্টুনিষ্টৰ দৈনন্দিন জীৱন আৰু কৰ্মপন্থা মূলত: নিৰ্ণয় হয় পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে। সামাজিক আৰু…

শেষ গানত সুৰ তুলি ৰত্ন ওজা গ’লগৈঃ শোকস্তব্ধ ৰাজ্যবাসী

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ কবি, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, সাংস্কৃতিক কৰ্মী ৰত্ন ওজা আৰু নাই । সোমবাৰে নিশা ১ বজাত গুৱাহাটীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে । ১৯৩১ চনৰ ৫ ডিচেম্বৰত বৰপেটাত জন্মগ্ৰহণ কৰা ৰত্ন ওজাৰ…

আৰু মাৰ নাখাওঁ, এতিয়া ওলোটাই মৰাৰ সময়

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ শিল্পী, ছাত্ৰ সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জুবিন গাৰ্গৰ ঘোষণা গঠন কৰিম নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দল । শনিবাৰে শুৱালকুছিত সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পী…