নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত কিশোৰী ধৰ্ষণৰ অপচেষ্টা চলোৱা যুৱকক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই: যোৱা ৬ জুনৰ দিনা দুলীয়াজানৰ উপকন্ঠ অঞ্চলৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰিবলৈ অপচেষ্টা চলোৱা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । জানিব পৰামতে ২ নং ম'হমাৰী গাওঁৰ যুৱক গণেশ বৰা(২৯)ই সন্ধিয়াৰ…

ওদালগুৰিত আৱির্ভাৱ এগৰাকী স্বয়ম্ভু দেৱীৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই: চিকিৎসা বিজ্ঞানক প্রত্যাহ্বান জনাই বিভিন্ন দুৰাৰোগ্য ৰোগীক সুস্থ কৰাৰ দাবীৰে ওদালগুৰিৰ ভৈৰৱকুণ্ড আৰক্ষী চকীৰ অন্তর্গত ১নং বটাবাৰী চড়কতোলাত আৱির্ভাৱ হৈছে এগৰাকী স্বয়ম্ভু দেৱীৰ৷ ১৬ বছৰীয়া এগৰাকী যুৱতীৰ অদ্ভুত…

বাকচ ধাৰাৱাহিকত অসমীয়া ভাষাৰ শৰশয্যা

বহুদিন পূর্বে লিখিছিলোঁ যে বাকচৰ, – মানে –, টী ভীৰ, ধাৰাৱাহিক চোৱাৰ অভ্যাস মোৰ নাছিল৷ কিন্তু চেনেহীয়ে মেলানি মগাৰ পাছৰেপৰা, কোঠাটোৰ পৰা নিজৰ নিঃসংগতা আঁতৰ কৰাৰ আশা আৰু চেষ্টাৰে, দিনটোৰ বেছিভাগ সময় বাকচটো খোলা ৰখাৰ অভ্যাস কৰিলোঁ৷ সেই…

দৃষ্টিসুখ আৰু চৰকাৰী দায়িত্ব

   এখন কল্যাণকামী ৰাজ্যৰ চৰকাৰৰ প্রধান দায়িত্ব হ’ল জনসাধাৰণৰ নিৰাপত্তা, খাদ্য–দ্রব্য, বাসস্থান আদি সুবিধাৰ ব্যৱস্থা কৰি নাগৰিকৰ জীৱন যাপন পদ্ধতিৰ মান উন্নীত কৰা৷ স্থিতাৱস্থাৰ পৰা এক উন্নতৰ পর্যায়লৈ যোৱা পথৰ নির্মাণ সকলো চৰকাৰৰে লক্ষ্য৷ যি…

ফাঁচীবজাৰ–গণেশগু মন্ত্রী ফণীভূষণ পীয়ূষৰ অতর্কিত অভিযান

নিয়মীয়া বাৰ্তা, ৮ জুলাই: গুৱাহাটীত সামাজিক সংক্রমণে ভয়ানক ৰূপ লোৱাৰ পাছতো বহু লোকে এই ভয়াৱহতা সম্পূর্ণৰূপে অৱজ্ঞা কৰি চলিছে৷ পৰিস্থিতিত লকডাউনৰ শিথিলতাৰ দ্বিতীয় দিনটোতো আজি বজাৰে–সমাৰে দেখা গ’ল একাংশ লোকৰ হেতা–ওপৰা৷ চৰকাৰী সকলো নীতি–নিয়ম…

পাঠ্যক্রম সংকুচিত কৰাৰ সিদ্ধান্ত চিবিএছইৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই: ক’ভিড–১৯এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চি বি এছ ই পাঠ্যক্রমৰ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠ্যক্রম সংকুচিত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী ড০ ৰমেশ…

সাংসদ প্রদ্যুৎ বিধায়ক আমিনুলৰ বিৰুদ্ধে এজাহাৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই: ক’ভিড–১৯ৰ ভয়াৱহতাৰ পৰিপ্রেক্ষিতত চৰকাৰে দেশজুৰি বলৱৎ কৰা স্বাস্থ্য বিধিক একপ্রকাৰ নস্যাৎ কৰি যোৱা ২ জুলাইত উত্তৰ–পূব ভাৰতৰ আমীৰে শ্বৰীয়ত মুফতি খাইৰুল ইছলামৰ জানাজাত জনসমুদ্রৰ সৃষ্টি হৈছিল৷ স্বাস্থ্য বিধি উলংঘা কৰি…

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবর্নত প্রিমিয়াৰ হ’ব ৰীমা দাসৰ ছবিৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই: ‘ভিলেজ ৰকষ্টার্ছ’ৰ জৰিয়তে বিশ্বজুৰি প্রশংসা বুটলিবলৈ সক্ষম হোৱা অসম কন্যা ৰীমা দাসৰ ছবি প্রদর্শিত হ’ব ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবর্ন (আই এফ এফ এম), ২০২১ত৷ বলীউডৰ তিনিগৰাকী যশস্বী ছবি নির্মাতা ক্রমে কবিৰ খান,…

কার্ফিউৰ মাজতে নামনি সোৱণশিৰি প্রকল্পলৈ সৰবৰাহ বৃহৎ যন্ত্রাংশ–ট্রেন্সফর্মাৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই: মহামাৰীৰ সংকটৰ মাজতে ৰাইজৰ জীৱন বিপন্ন কৰি পূর্ণগতিত চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ৷ শেহতীয়া কেইটামান দিন ধৰি নিশাৰ ভাগত গোপনে গেৰুকামুখৰ প্রকল্পস্থলীলৈ সৰবৰাহ কৰা হৈছে বৃহৎ বৃহৎ যন্ত্রাংশৰ লগতে…

ৰাজ্যত ২ মহিলাসহ তিনি ক’ভিড–১৯ ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৮ জুলাই: ৰাজ্যৰ ভিন্ন প্রান্তত শেহতীয়াকৈ বৃদ্ধি পাবলৈ আৰম্ভ হৈছে ন’ভেল ক’ৰোনা ভাইৰাছৰ গণ সংক্রমণ৷ কোনো ধৰণৰ ভ্রমণ বৃত্তান্ত অথবা আক্রান্তৰে সংযোগৰ তথ্য নথকাকৈ বিভিন্ন জিলাত ক’ভিডত আক্রান্ত হৈছে বহু লোক৷ স্বাভাৱিকতে এনে…