নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালকিল্লাত স্বাধীনতা দিৱসৰ পেৰেডত নাথাকে কেডেটছ আৰু শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ক'ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ইয়াৰ প্ৰভাৱ পৰিব এইবাৰ স্বাধীনতা দিৱসত । এইবাৰ লালকিল্লাত স্বাধীনতা দিৱসৰ পেৰেডত অংশ নলয় কেডেটছ আৰু শিক্ষাৰ্থীয়ে । ইপিনে জানিব পৰা মতে, এইবাৰ পূৰ্বৰ তুলনাত কিছু সালসলনি…

বন্ধ ষ্টেডিয়ামত হ’ব ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবল

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে দেশত উদ্ভৱ হোৱা ভয়ানক পৰিস্থিতিৰ বাবেই ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবল প্রতিযোগিতাখন বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ আজি এই মন্তব্য কৰিছে সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সাধাৰণ সম্পাদক…

ৰাজনীতিত মাফিয়া–ডন–গেংষ্টাৰ

বিকাশ ডুবে নামৰ উত্তৰ প্রদেশৰ কুখ্যাত গেংষ্টাৰজনৰ মৃত্যুৰ সৈতে ডত্তৰ প্রদেশৰ অপৰাধ জগতৰ সৈতে কোন কোন ৰাজনৈতিক দল তথা নেতা, চৰকাৰী বিষয়া–কর্মচাৰীৰ গোপন সম্পর্ক আছিল, কাৰ আশীর্বাদত গেংষ্টাৰজনে ডত্তৰ প্রদেশত আতংকৰ বিশাল সাম্রাজ্য এখন বছৰৰ পাছত…

গৌৰাংগলাল দাসৰ সন্মুখত কঠিন প্রত্যাহ্বান

লাডাখ সীমান্তত বিৰাজমান উত্তেজনাক লৈ চীনৰে সৈতে দ্বি–পাক্ষিক সম্পর্কৰ চূডান্ত অৱনতি ঘটাৰ সময়তে অসম সন্তান গৌৰাংগলাল দাসক টাইৱানৰ ৰাষ্ট্রদূত হিচাপে নিয়োগ কৰিছে কেন্দ্রীয় চৰকাৰে৷ গৌৰাংগলাল দাসে এটা জটিল সন্ধিক্ষণত সেই দায়িত্ব লাভ কৰিছে৷ তেওঁৰ…

‘আক্রান্তৰ সংখ্যা কিছু নিয়ন্ত্রণলৈ আহিলেও ৰোগীৰ জটিলতা চিন্তাজনক’

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও ক্রমাৎ বৃদ্ধি পোৱা ঘটনাই উদ্বিগ্ণ কৰি তুলিছে স্বাস্থ্য বিভাগক৷ শেহতীয়াকৈ ক’ভিড–১৯ত আক্রান্ত হোৱা বহু ৰোগী জটিল অৱস্থাত চিকিৎসালয়ত…

ক্রমাৎ শোচনীয় হৈছে কাজিৰঙাৰ বান পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ক্রমাৎ শোচনীয় হৈ পৰিছে বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙাৰ বান পৰিস্থিতি৷ ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ প্রায় ৯৫ শতাংশ এলেকা জলমগ্ণ কৰি তুলিছে৷ ৰাষ্ট্রীয় উদ্যানখন জলমগ্ণ হৈ পৰাৰ ফলত বন্যপ্রাণীসমূহৰ…

‘মই কিমান অভিভূত হৈছোঁ ভাষাৰে বুজাব নোৱাৰিম, নিজকে যোগ্য বুলি নাভাবোঁ’

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ বহুদিন বকুলৰ গোন্ধ পোৱা নাই... এই কালজয়ী গীতেৰে সংগীতপ্রেমীক অভিভূত কৰা অসমীয়া সাহিত্য–সংগীত জগতৰ উজ্জ্বল ব্যক্তিত্ব ড০ বীৰেন্দ্র নাথ দত্তলৈ আজি আগবঢ়োৱা হ’ল জীৱনজোৰা সাধনা বঁটা৷ ক’ভিড–১৯এ সৃষ্টি কৰা জটিল পৰিৱেশ আৰু…

সেনাৰ পোছাকত অহা অস্ত্রধাৰী দলঃ নামতোলা থানাৰ অ’চিক প্রহাৰ

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ চৰাইদেউ জিলাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী অতিশয় স্পর্শকাতৰ অঞ্চল নামতোলা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীক  কালি জিলাখনত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, সীমান্তৱর্তী আৰক্ষী থানাখনত নিয়োজিত হৈ থকা…

কৃষি বিপণনৰ ব্যর্থতাতেই গুৱাহাটীৰ বজাৰত পাচলিৰ অভাৱনীয় মূল্য

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ দীঘলীয়া লকডাউন–মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ আতংকই জনজীৱন স্তব্ধ কৰি তোলা গুৱাহাটী মহানগৰবাসীৰ সন্মুখত সম্প্রতি গুৰুতৰ সমস্যা হৈ পৰিছে খাদ্য–সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধি৷ অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ পৰা…

পাটনা এইমছত মানৱ দেহত ক’ভিড ভেকচিনৰ পৰীক্ষা আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ৰাছিয়াই মানৱ দেহত ক’ভিড–১৯ৰ ভেকচিনৰ সফলতাৰে পৰীক্ষা সম্পন্ন কৰা বিশ্বৰ প্রথমখন দেশ হিচাপে চিহ্ণিত হোৱাৰ পাছত ভাৰততো আজিৰে পৰা এই ভাইৰাছবিধৰ প্রতিষেধক ছিটাৰ মানৱ দেহত ক্লিনিকেল পৰীক্ষা আৰম্ভ হৈছে৷ পাটনাস্থিত…