নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ কু-অভিসন্ধিঃ ৰাষ্ট্ৰসংঘত ক’ভিড-১৯ আলোচনাত বাধা

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ  বিশ্বৰ ২০০ খন দেশলৈ সম্প্ৰসাৰিত ঘাতক ক'ভিড-১৯ ক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অনুষ্ঠিত হ'বলগীয়া আলোচনাত বাধা প্ৰদান কৰিছে চীনে । চীনৰ পৰা প্ৰাদুৰ্ভাৱ ঘটা ক'ৰোনা ভাইৰাছে বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰৰ পাছতেই…

একেসময়তে ২০০ তকৈও অধিক চেনেলত প্ৰচাৰিত হৈছিল প্ৰধানমন্ত্ৰীৰ লকডাউনৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৪ মাৰ্চত ক'ভিদ -১৯ ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ ভাষণটো ১৯৭ নিযুত লোকে প্ৰত্যক্ষ কৰিছিল । প্ৰসাৰ ভাৰতীয়ে সদৰী কৰিছে এই তথ্য । প্ৰসাৰ ভাৰতীয়ে কয় যে এই…

বিশ্বজুৰি লকডাউনঃ বৃদ্ধি পাইছে WhatsApp ব্যৱহাৰকাৰীৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ক'ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বজুৰি অব্যাহত লকডাউনৰ সময়ত হোৱাটছএপৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । হোৱাটছএপৰ লগতে ভিডিঅ' কলিং এপ্ছ আৰু ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ ব্যৱহাৰো বৃদ্ধি পাই আছে । কাণ্টাৰৰ দ্বাৰা…

ক’ৰোনাৰে মোকাবিলা কৰিবলৈ সাজু প্ৰতিৰক্ষা গৱেষণাগাৰ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ক'ৰোনাই মহামাৰী সৃষ্টি কৰা দেশৰ সংকটকালত তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণাগাৰে নিশ্চিতভাৱে দেশ তথা ৰাইজক সেৱা আগবঢ়াবলৈ বদ্ধ পৰিকৰ হৈছে । ইতিমধ্যে এই সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনা হৈছে আৰু গৱেষণাগাৰৰ পৰিস্থিতিৰে মোকাবিলা…

ক’ৰোনাৰ যুঁজত ৫০০ কোটি টকা খৰচ কৰিব টাটা ট্ৰাষ্টে

নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ যেতিয়াই দেশ বিপদৰ সন্মুখীন হৈছে তেতিয়াই টাটা ট্ৰাষ্টে সহায়ৰ হাত আগবঢ়াই আহিছে। এইবাৰো যেন ব্যতিক্ৰম নহল টাটা ট্ৰাষ্ট। শনিবাৰে টাটা ট্ৰাষ্টে ক'ৰোনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ৫০০ কোটি টকাৰ দিয়াৰ কথা ঘোষণা কৰিছে। টাটা…

ক’ৰোনা যুদ্ধৰ বাবে অক্ষয় কুমাৰৰ ২৫ কোটি টকাৰ বৰঙণি

নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ কেতিয়াবা যদি বান পীড়িত সহায় কৰে কেতিয়াবা আকৌ বিভিন্ন আৰ্তজনক। এইবাৰ ক'ৰোনাৰ যুদ্ধৰ বাবে তেওঁ আকৌ আগবাঢ়ি আহিল। তেওঁ অন্য কোনো নহয় বলিউদৰ খিলাড়ী কুমাৰ খ্যাত অক্ষয় কুমাৰ। অক্ষয় কুমাৰে ক'ৰোনা যুদ্ধৰ বাবে…

ক’ৰোনাৰ বিৰুদ্ধে যুঁজঃ কামাখ্যা ষ্টেচনত ৰে’লৰ ডবাত আছুতীয়া কক্ষ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ দেশজুৰি ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে ভাৰতীয় ৰে'লে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ । দেশৰ প্ৰায়সংখ্যক ৰে'লতেই এতিয়া প্ৰস্তুত কৰি উলিওৱা হৈছে আছুতীয়া বিচনাৰ লগতে আইচিইউ । এইক্ষেত্ৰত যেন বিশেষভাৱে…

ডিব্ৰুগড়ত হ’ব ৩০০ বিচনাযুক্ত চিকিৎসালয়

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ক'ৰোনা সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গঢ়ি তুলিছে ৰাজ্য চৰকাৰে । ৰাজ্যত নতুনকৈ কেইবাখনো চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ…

কাইলৈৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ থাকিব এএমচি

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ কাইলৈৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ থাকিব অসম মেডিকেল কলেজ হাস্পতাল । ডিব্ৰুগড়ৰ ২৭ খন ব্যক্তিগত নাৰ্ছিং হোমে চৰকাৰৰ প্ৰতি সঁহাৰি আগবঢ়োৱাৰ পাচতেই অসম মেডিকেল কলেজ হাস্পতালক সম্পূৰ্ণ ৰূপে ক'ৰোনা ৰোগৰ চিকিৎসাৰ বাবে…

বৰ্তমানো ক’ভিড-১৯ ৰ পৰা মুক্ত নহয় অসমঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ শনিবাৰে স্বাস্থ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়গৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত । ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতালকো গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ দৰেই গঢ়ি তোলা…