নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় চৌহানে কলে মোডী ভগৱান ৰাম আৰু অমিত শ্বাহ হনুমান বুলি

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰে যে পৃথিৱীৰ কোনো শক্তিয়ে নাগৰিকত্ব বিধেয়ক আইন বলৱৎ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব নোৱাৰে। মোডীয়ে দেশৰ এনেকুৱা এজন প্ৰধানমন্ত্ৰী যি কাৰো ভাবুকি লৈ ভয়…

অন্তিম অভাৰত মেচ টাই আৰু ৰোহিতৰ ছয়েৰে ভাৰতৰ জয়

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলে নিউজিলেণ্ডত টি-২০ শৃংখলা জয় কৰিছে। আজি অনুষ্ঠিত হোৱা তৃতীয় খন টি-২০ মেচত ভাৰতে চুপাৰ অভাৰত জয় লাভ কৰিছে। ভাৰতে প্ৰথম বাৰৰ বাবে নিউজিলেণ্ডত টি-২০ শৃংখলাত জয় হৈছে। ভাৰতে প্ৰথমে বেটিং কৰি ২০ অভাৰত…

ক’ৰোনা ভাইৰাছৰ আতংকঃ উত্তৰ পূবত হাইএলাৰ্ট

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ক'ৰোনা ভাইৰাছক লৈ উত্তৰ পূৰ্বৰ ৰাজ্য মণিপুৰ আৰু চিকিমক হাই এলাৰ্ট জাৰি কৰিছে। মণিপুৰৰ স্বাথ্য বিভাগে মঙলবাৰে ক'ৰোনা ভাইৰাছক সম্ভাৱিত প্ৰকোপ লৈ স্বাথ্য বিভাগে এলাৰ্ট জাৰি কৰিছে। স্বাথ্য বিভাগে ক্ষিপ্ৰতাৰে ঘাতক…

পিতৃ-মাতৃৰ অনুপস্থিতিত চুবুৰীয়াৰ কামনাৰ বলি হ’ল নাবালিকা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ঘৰত পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ এজন যুৱকে এগৰাকী নাবালিকাক দীৰ্ঘদিন ধৰি ধৰ্ষণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । হায়দৰাবাদৰ পাঞ্জাগুট্টা আৰক্ষী চকীৰ অন্তৰ্গত জাহাংগীৰ নামৰ ৩০ বছৰীয়া যুৱকজনে বিগত বহুদিন ধৰি ঘৰত…

মন্ত্ৰীসকল শিক্ষিত হ’ব লাগিব বুলি কোনো কথা নাই !

নিয়মীয়া বাৰ্তা,২৯ জানুৱাৰীঃ মন্ত্ৰীসকল শিক্ষিত হ'ব লাগিব বুলি কোনো কথা নাই । কিয়নো মন্ত্ৰীৰ তলত সচিব আৰু একোটাকৈ ষ্টাফ থাকে কাম পৰিচালনাৰ বাবে । অৱশ্যে এই কথা আমাৰ নহয়, উত্তৰপ্ৰদেশৰ কাৰাগাৰ মন্ত্ৰী জেকে সিং জাইকিয়ে মঙলবাৰে গোলাম পেটেল…

কৃষ্ণাইত বন বিভাগৰ অভিযানত উচ্ছেদ অবৈধ কাঠফলা মিলা

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। একাংশ লোকে গোপনে কাঠফলা মিল স্থাপন কৰি চলাই গৈছে কাঠৰ অবৈধ ৰমৰমীয়া বেহা ৷ গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা জিলা বন সংমণ্ডল বিষয়া (DFO), প্ৰটেকশ্যচ বিষয়া কুলদ্বীপ দাস…

ক’ৰোনা ভাইৰাছঃ এমাহতকৈ কম সময়ত নিৰ্মাণ কৰিব বিশেষ হাস্পতাল

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক'ৰোনা ভাইৰাছক লৈ এতিয়া তৎপৰ হৈ পৰিছে চীন চৰকাৰ । দিন-ৰাতি একাকাৰ কৰি এতিয়া নিৰ্মাণ কৰি থকা হৈছে এখন বিশেষ হাস্পতাল । এই মাৰাত্মক ভাইৰাছৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা এই হাস্পতালখন হ'ব…

পথৰ কাষৰ কুঁৱাত পৰিল বাছ, ৯ মহিলাসহ নিহত ২৫

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ বাছ আৰু অট'ৰ মুখামুখি সংঘৰ্ষৰ ফলত মঙলবাৰে মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । বৰ্তমানলৈকে এই দুৰ্ঘটনাত মৃত্যু হৈছে ২৫ জনকৈ লোকৰ । মালেগাঁও আৰু দেওলা ৰোডৰ মচি ফাটা নামৰ এটা অঞ্চলত মঙলবাৰে বিয়লি…

নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিঙৰ প্ৰাণভিক্ষাৰ আবেদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে খাৰিজ কৰাৰ পাচত এই সিদ্ধান্তক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মুকেশ সিং । বুধবাৰে মুকেশ সিঙৰ সেই আবেদনো বাতিল কৰে…

তৃতীয় টি-২০ঃ টছত জয়ী হৈ নিউজিলেণ্ডৰ ফিল্ডিংৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ অপ্রতিৰোধ্য ভাৰতে নিউজিলেণ্ডৰ মাটিত প্রথমটো টি–২০ শৃংখলা জয়ৰ লক্ষ্যৰে আজি ঘৰুৱা দলটোৰ বিৰুদ্ধে তৃতীয় টি–২০ মেচত নামিব৷ হেমিল্টনৰ ছেডন পার্কত অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাৰতে ইতিহাস ৰচাৰ সুযোগ লাভ কৰিছে৷ কিয়নো…