নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াৰ অন্তিম দিনা অসমে জিনিলে কেইবাটাও পদক

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ খেলো ইণ্ডিয়াৰ অন্তিম দিনাও অসমৰ অগ্ৰগতি অব্যাহত। বক্সিঙকে ধৰি সাঁতোৰৰ বিভিন্ন শাখাত অসমে আঁজুৰিলে কেইবাটাও পদক। বক্সিঙত ২১ বছৰ অনুৰ্ধ্বৰ ৬৪ কেজি শাখাত সোণৰ পদক জিনিলে অংকুশিতা বড়োৱে। আনহাতে বক্সিঙৰ আন এক শাখাত…

বড়ো সাহিত্য সভাৰ গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ‘ভিন্ন সময় অভিন্ন…

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বড়ো সাহিত্য সভাৰ গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী হৈছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ 'ভিন্ন সময় অভিন্ন মত' শীৰ্ষক গ্ৰন্থখন। খৈৰাবাৰীৰ দাওহাৰু পথাৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাত বড়ো ভাষাৰ বিভিন্ন গ্ৰন্থৰ লগতে…

CAAৰ শুনানিক লৈ আছুৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ এই সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আছু আৰু NESUয়ে CAAখন স্থগিত আৰু বাতিল কৰিব লাগে উচ্চতম ন্যায়ালয়ত জনাইছিল। আজি শুনানিত CAAখন ৫জনীয়া সংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। ১৪৪খন আৱেদনৰ…

CAA সন্দৰ্ভত অসমৰ আবেদনসমূহৰ পৃথক শুনানি

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ CAA সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি। মুখ্য ন্যায়াধীশসহ তিনিজনীয়া বিচাৰপীঠৰ ৰায়দান। উত্তৰ দিবলৈ কেন্দ্ৰই ৬ সপ্তাহৰ সময় বিচাৰিছিল কিন্তু  কেন্দ্ৰক ৪ সপ্তাহৰ সময় দিলে উচ্চতম ন্য়ায়ালয়ে। কেন্দ্ৰলৈ জানানী প্ৰেৰণ কৰি…

খেলো ইণ্ডিয়াত মুঠ ৬০টা পদকৰে ৬ষ্ঠ স্থানত অসম

নিয়মীয়া বাৰ্তাঃ ২১ জানুৱাৰীঃ খেলো ইণ্ডিয়াত ক্ৰমাৎ অগ্ৰগতি অসমৰ। সৰ্বমুঠ ৬০টা পদকৰে ৬ষ্ঠ স্থানলৈ উন্নীত অসম। বৰ্তমানলৈ ১৫টা সোণ, ২৭টা ৰূপ আৰু ১৮টা ব্ৰঞ্জৰ পদকৰে অসমে নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে খেলো ইণ্ডিয়াত। পূৰ্বৰ দৰেই শীৰ্ষত মহাৰাষ্ট্ৰ,…

৫টাকৈ সোণৰ পদকৰে উদ্ভাসিত জলপৰী শিবাংগী

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ খেলো ইণ্ডিয়াত অসমবাসীক ৫টা সোণৰ পদক উপহাৰ দিলে জলপৰী হিচাপে খ্যাত শিবাংগীয়ে শৰ্মাই। অসমৰ ক্ৰীড়া জগতৰ অন্য় এক প্ৰতিভা শিবাংগীয়ে খেলো ইণ্ডিয়াত ইটোৰ পিছত সিটো সোণ বুটলিবলৈ সক্ষম হৈছে। ৮০০ মিটাৰ, ৪০০মিটাৰ, ২০০,১০০…

শিশুসহ ৮ ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ শিশুসহ ৮ ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু। ফুৰিবলৈ আহি কৰুণ মৃত্যুক সাৱতিলে ৮ জন ভাৰতীয় পৰ্যটকে। ঘটনা অনুসৰি কেৰেলাৰ পৰা শিশুসহ ১৫জন লোক আহিছিল নেপালৰ কাঠমাণ্ডুলৈ। কাঠমাণ্ডুৰ এখন ৰিজৰ্টৰ একেটা কোঠাতে আছিল শিশুসহ ৮জন…

অসমত বিকল্প মানেই কংগ্ৰেছঃ ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ৰাজ্যত বিকল্প ৰাজনীতিৰ দলৰ কুছকাৱাজ চলি থকা সময়তে ৰিপুণ বৰাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আছুৰ নেতৃত্বক প্ৰত্যাহ্বান জনাই সাংবাদিকৰ সৈতে হোৱা এক মুখামুখিত ৰিপুণ বৰাই কয় যে অসমত কংগ্ৰেছৰ বাহিৰে বিকল্প নাই। কংগ্ৰেছেই…

মাজুলীত প্লাষ্টিকৰ ঘৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ মাজুলীৰ ৰাইজৰ নতুন পদক্ষেপ। নিজস্ব গৃহ নথকা আৰু জৰাজীৰ্ণ গৃহত চলি থকা অংগনবাড়ী কেন্দ্ৰসমূহৰ বাবে নতুন নিৰ্মাণ কৰা হৈছে ১০০টা কেন্দ্ৰ। শিশুসকলৰ পৰ্যাপ্ত পৰিচৰ্যাৰ বাবে নিৰ্মাণ কৰা এই কেন্দ্ৰ সমূহৰ বৈশিষ্ট হৈছে …

খেলো ইণ্ডিয়াত ১৩টা সোণৰে সপ্তম স্থানলৈ উন্নীত অসম

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ খেলো ইণ্ডিয়াৰ অসমৰ অগ্ৰগতি অব্যাহত। ১৩টা সোণ, ১৩টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদক জিনি দেশৰ ভিতৰতে দশম স্থানত আছে অসম। ৬০টা সোণৰ পদকৰে দেশৰ ভিতৰতে শীৰ্ষত মহাৰাষ্ট্ৰ, ৪৫টা সোণৰ পদকৰে ২য় স্থানত হাৰিয়ানা আৰু ৩০টা সোণৰ…