নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত আজি সুস্থ হৈ ঘৰলৈ উভতিল ৮৫৮ গৰাকী কোভিড-১৯ ৰোগী

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ ক'ৰোনাৰ সংহাৰৰ মাজতে সকলোৰে বাবে এটি ভাল খবৰ যে আজি পুনৰ ৮৫৮ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা নিজ ঘৰলৈ যাবলৈ অনুমতি লাভ কৰিছে ৷ উল্লেখ্য যে ৰাজ্যত আৰোগ্য লাভ হাৰ যথেষ্ট উন্নত ৷ সম্প্ৰতি ৰাজ্যত সুস্থ…

ব্ৰহ্মপুত্ৰ, চিয়াং-লালী নদীৰ জোনাইত পুনৰ বান বিভীষিকা; আতংকিত শ শ বানাক্ৰান্ত পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ দুদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ,লালীনদীৰ বাঢ়নী পানীয়ে পুনৰ প্লাৱিত কৰিছে পশ্চিম জোনাইৰ শতাধিক গাঁও। অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ ,চিয়াং-লালী নদীৰ পানী উপচি পৰাত পশ্চিম জোনাইৰ…

ধেমাজিৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ জিলা বিজেপিৰ; চিমেন চাপৰি গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আবাস গৃহৰ…

নিয়মীয়া বাৰ্তা, , ২০ জুলাইঃ ধেমাজি জিলাৰ মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত চিমেন চাপৰি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত আবন্টন পোৱা গৃহৰ অবাধ গতিত চলা জালিয়াতিৰ বিষয়ে চিমেন চাপৰি এজন লোকে সামাজিক মাধ্যমৰ জৰিয়তে তথ্য…

জোনাইত বিদুৎ বিভাগৰ মৰণফান্দ; বাঁহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ জোনাইত মানুহ, পশুধনৰ জীৱনক লৈ হেতালি বিদ্যুৎ বিভাগৰ৷ মহকুমাটোৰ প্ৰান্তে প্ৰান্তে জোনাই বিদ্যুৎ বিভাগে পাতিছে মানুহ, জীৱ জন্তুৰ মৰণফান্দ৷ জোনাই বিদ্যুৎ বিভাগৰ চৰম হেমাহিত যিকোনো সময়মতে ঘটিব পাৰে ভয়ংকৰ অঘটন৷ জোনাইৰ…

গুৱাহাটীত পুনৰ ৫১৫ গৰাকী লোকৰ দেহত ক’ৰোনা পজিটিভ; আক্ৰান্তৰ সংখ্যা ২২৯৮১ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যত নতুনকৈ ১১১৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৫১৫ গৰাকী ৰোগী গুৱাহাটীৰ ৷ সুৰক্ষিত হ'বলৈ অনুগ্ৰহ কৰি ৰোগ নিয়ন্ত্ৰণৰ বিধিসমূহ মানি চলক ৷ ↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত…

তিনিচুকীয়াত ক’ৰোনাৰ ভয়াবহ ৰূপ; উপায়ুক্তৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছত বহু লোকলৈ…

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুৰ দেহত ধৰা পৰিছে ক'ৰনা ভাইৰাছ। উল্লেখ্য যে, মন্ত্ৰী সঞ্জয় কিষাণ, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত আজি দিনৰ ভাগত বাঘজান…

চিলাপথাৰত ক’ভিড আক্ৰান্তৰ ঘটনাক লৈ আতংক; সংস্পৰ্শলৈ অহা ৬৫ জনৰ স্বাৱ সংগ্ৰহ

নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ শেহতীয়াকৈ ভ্ৰমণ বৃত্তান্ত নথকাকৈ ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰা চিলাপথাৰ বামগাঁৱৰ জেনিফাৰ ফুকন (৩০) ৰ শৰীৰত কেনেকৈ কৰ’না সংক্ৰমিত হ'বলৈ পালে তাক লৈ জিলা চিকিৎসা বিভাগ আৰু জিলা প্ৰশাসন বাৰুকৈয়ে বিপাঙত পৰাৰ…

বাঘজান আশ্ৰয় শিৱিৰৰ পৰা আপোন ঘৰখনলৈ ঘূৰি গৈ এজনৰ আত্মহত্যা

কিমান দুখ হ'লে মানুহে আত্মহত্যা কৰিব পাৰে? মানসিক ভাৰসাম্য হেৰুৱাইছে বাঘজানবাসী বিষপান কৰি এজনৰ আত্মহত্যা নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ হতাশগ্ৰস্ত হৈ অৱশেষত বাঘজানৰ এজন দুৰ্ভগীয়া লোকে আত্মহত্যাৰ দৰে পথ বাচি ল'বলগীয়া হোৱা এক দুখজনক ঘটনা…

নগাঁৱত ক’ৰোনা সংক্ৰমণ সন্দৰ্ভত পৰিস্থিতিৰ বুজ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বার্তা, ১৭জুলাই : "নগাঁও জিলাত এতিয়ালৈকে প্ৰায় এহেজাৰ ক'ভিড ৰোগীৰ চিকিৎসা হৈছে। কিন্তু ৩০ আগষ্ট পৰ্যন্ত এই ৰোগীৰ সংখ্যাই ২৫০০ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে।তাৰ পৰিপ্ৰেক্ষিতত আমি ইয়াত ক'ভিড কেয়াৰ চেন্টাৰ বনোৱা, হাস্পতালৰ বাহিৰতো আমি…

অসমৰ সংবাদ মাধ্যমে সন্মুখীন হোৱা বিপৰ্যয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ গুৱাহাটী প্ৰেছ…

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ কৰ'নাৰ লগতে দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত অসমৰ সংবাদ মাধ্যমে সন্মুখীন হোৱা বিপৰ্যয় সন্দৰ্ভত অৱগত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় তথ্য আৰু জনসংযোগ মন্ত্ৰী…