নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগত দিন ডকাইতি

24

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ সৰভোগৰ চেন্ট্ৰেল বেংকৰ সমুখত দুৰ্বৃত্তই থপিয়াই নিলে ৫ লাখ ৩০ হাজাৰ টকা।

হোটেল মৰম তৃষ্ণাত চাহ খাই বাহিৰত খোজ কাঢ়ি যোৱাৰ পথত ওৱাহাব আলীৰ পৰা লুটি নিলে উক্ত টকা খিনি।

শিমলুগুৰিৰ বেংক অফ ইণ্ডিয়া শাখাৰ পৰা আজি ওলাইছিল টকাখিনি।

You might also like