নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ভৱন কৰ্তৃপক্ষই বাহিৰ কৰিলে সাংবাদিকক

61

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ দিল্লীস্থিত অসম ভৱনত সাংবাদিকক প্ৰৱেশত নিষিদ্ধ কৰিলে অসম চৰকাৰে। অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটিৰ ভাষ্য গ্ৰহণ কৰিবলৈ অসম ভৱনত উপস্থিত হৈছিল সাংবাদিক দলটো।

কিন্তু ৬নং দফা কমিটীৰ সভাপতি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, ৰমেশ বৰপাত্ৰগোহাঁই, মৃণাল মিৰি আৰু সুভাষ দাসৰ সৈতে সাংবাদিকৰ সৈতে মত বিনিময় কৰাত বাধা প্ৰদান কৰাৰ লগতে অসম ভৱনত প্ৰৱেশত বাধা প্ৰদান কৰে অসম ভৱন কৰ্তৃপক্ষই।

You might also like