নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বাবে দ্বিতীয়টো সোণৰ পদক লাভ গংগোত্ৰী বৰদলৈৰ…

57

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ দেশৰ সহস্রাধিক উদীয়মান খেলুৱৈৰ ক্রীড়া প্রতিভা উদ্ভাসিত হৈছে ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত ।

যুৱ খেলুৱৈৰ প্রতিভা প্রদর্শনৰ উপযুক্ত মঞ্চ খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্যতম আকর্ষণীয় ইভেণ্ট চাইক্লিং কালিৰে পৰা সোণাপুৰত আৰম্ভ হৈছে৷

আজি পুৱাই আহিল অসমলৈ ভাল খবৰ । ৬০ কিঃমিঃ ৰেচত গংগোত্ৰী বৰদলৈ আৰু চয়নিকা গগৈয়ে ক্ৰমে সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ।

You might also like