নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তি পালে বাগী-৩ ৰ ট্ৰেইলাৰ; টাইগাৰৰ এক্সনত মন্ত্ৰমুগ্ধ দৰ্শক

86

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ টাইগাৰ শ্ৰোফ অভিনীত এক্সন ধৰ্মী ছবি বাগী-৩ ৰ আজি ট্ৰেইলাৰ শুভমুক্তি দিয়া হয় । ছবিখনত অভিনেতা টাইগাৰক পুনৰবাৰ তীব্ৰ এক্সনত দেখা পোৱা গৈছে ।

ইপিনে ছবিখনৰ ট্ৰেইলাৰ চোৱাৰ পাছত এটা কথা বুজিব পৰা গৈছে যে টাইগাৰে ছবিখনত এক্সনক উচ্চশিখৰলৈ লৈ যাব ।

উল্লেখ্য যে বাগী-৩ ছবিখনত টাইগাৰ শ্ৰোফৰ উপৰিও ৰিতেশ দেশমুখ, শ্ৰদ্ধা কাপুৰ আৰু অংকিতা লোখৰেক মুখ্য ভূমিকাত দেখা পোৱা যাব ।

উল্লেখ্য যে ৬ মাৰ্চত মুক্তি লাভ কৰিবলগীয়া বাগী-৩ ছবিখনৰ পৰিচালক হৈছে আহমেদ খান ।

আপুনিও চাওক বাগী-৩ ৰ ট্ৰেইলাৰটো-

You might also like