নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেহা কক্কৰৰ বিয়া! কিন্তু কাৰ লগত?

কাৰ লগত বিয়া নেহা কক্কৰৰ?

295

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ আপোনাৰ প্ৰিয় বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰৰ বিয়া। কিন্ত কাৰ লগত জানানে? শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নেহা কক্কৰৰ বিয়াৰ বিষয়ে। এইবাৰ সাৰেগামাপাৰ লিটল চেম্পছ অনুষ্ঠানত বিচাৰকৰ আসনত দেখা যাব ৯০ দশকৰ জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণক আৰু কণ্ঠশিল্পীগৰাকীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত উদিত নাৰায়ণক সোধা হৈছিল আদিত্য নাৰায়ণ আৰু নেহা কক্কৰৰ বিয়াৰ বিষয়ে সেই প্ৰশ্নৰ উত্তৰত তেখেতে কি ক’লে জানেনে নেহা মোৰ পচন্দৰ, কেৱল মোৰেই নহয় নেহা সকলোৰে প্ৰিয়। নিজৰ কামৰ জড়িয়তে নেহাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু মিডিয়াত আদিত্য-নেহাৰ যুতিৰ বিষয়ে চৰ্চা হৈ আছে যদিহে এইখন বিয়া হৈ যায় মোৰ বহুত ভাল লাগিব যে মোৰ পৰিয়ালত আৰু এগৰাকী গায়িকা অন্তৰ্ভুক্ত হ’ব।