নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা টাইগাৰ শ্ৰফৰ আজি উপজা দিন; ব্যতিক্ৰমী ধৰণেৰে শুভেচ্ছা দিলে প্ৰেয়সী দিছা পাটানীয়ে

210

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ বলীউডৰ এক্সনৰূপী অভিনেতা টাইগাৰ শ্ৰফৰ আজি ৩০ সংখ্যক উপজা দিন । আজিৰ এই বিশেষ দিনটোত অভিনেতাজনক সকলোৱে শুভেচ্ছাৰে উপচাইছে । কিন্তু অভিনেত্ৰী দিছা পাটানীয়ে টাইগাৰক জনালে ব্যতিক্ৰমী ধৰণেৰে উপজা দিনৰ ওলগ ।

অভিনেত্ৰীগৰাকীয়ে নিজৰ ইষ্টাগ্ৰাম একাউণ্টযোগে এটা পুৰণি ভিডিঅ’ প্ৰচাৰ কৰিছে । এই ভিডিঅ’টোত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীক বেংগ বেংগ(Bang Bang) গানটোত ৰোমাণ্টিক নৃত্য কৰা পৰিলক্ষিত হৈছে ।

You might also like